This is an improvised musical instrument created by Artist Dijen Gogoi incorporating traditional idea of an string instrument. This is designed to play along with in Bihu Geet and Biya Naam.
শিল্পী দ্বিজেন গগৈয়ে পৰম্পৰা আৰু ব্যক্তিগত সৃষ্টিশীলতাৰ সংমিশ্ৰণত সৃষ্টি কৰা এইবিধ এবিধ নতুন বাদ্য। মূলতঃ বিহুগীত আৰু বিয়ানামৰ লগত ইয়াক বজাব পাৰি।
Sungabin (চোঙা বীণ)
₹500.00Price