top of page

Serja has widely been used by the artists of Bodo community to get a soulful tune of emotion. This is also known as Sayendar, used in Kamrupiya Lokageet recital.

অসমৰ বড়ো সমাজৰ লোকসংস্কৃতিত ই এক অপৰিহাৰ্য বাদ্য। অসমৰ বহু ঠাইত ইয়াক চায়েনদাৰ বুলিও জনা যায়। ইয়াক মূলতঃ বড়ো নৃত্য গীত আৰু কামৰূপীয়া লোকগীত পৰিবেশনৰ বাবে ব্যৱহাৰ কৰা দেখা যায়।

Serja (ছেৰজা)

₹5,500.00Price
Quantity
    bottom of page