Hutuli a musical instrument pertaining to Assamese culture. This particular Hutuli is an improvised version made of bamboo.
অসমীয়া সমাজত হুতুলিৰ ব্যৱহাৰ বিশেষত: বিহু-নাচৰ লগতে জৰিত। সাধাৰণতে হুতুলি মাটিৰে নির্মিত হয় যদিও, ইয়াৰ স্থায়িত্বৰ প্রতি লক্ষ্য ৰাখি এইবিধ হুতুলি বাঁহেৰে নির্মাণ কৰাৰ চেষ্টা কৰা হৈছে।
Hutuli(Bamboo) বাহঁৰ হুতুলি
₹100.00Price