Hutuli a musical instrument pertaining to Assamese culture. This is a whistling musical instrument produces a sound like birds.
অসমীয়া সমাজত হুতুলিৰ ব্যৱহাৰ বিশেষত: বিহু-নাচৰ লগতে জৰিত। ইয়াক আলতীয়া বোকা মাটিৰে নির্মাণ কৰা হয়। ইয়াৰ সুৰ চৰাই-চিৰিকটিৰ মাতৰ দৰে।
Hutuli (Mud)/ মাটিৰ হুতুলি
₹50.00Price