Usually Bin is used in Assam while singing Bihu Naam and Biya Naam (wedding songs). This is used many other ways in various parts of the country.
ভাৰতৰ বিভিন্ন পৰিবেশ্য কলাত বিভিন্ন ধৰণে বীণ ব্যৱহাৰ হয়। অসমীয়া সমাজত ইয়াক বিহু নাম আৰু বিয়া নাম পৰিবেশনৰ বেলিকা ব্যৱহাৰ কৰা হয়।
Bin (বীণ)
₹2,500.00Price