Folk Stories II Episode 6 II Tulashi Oja on Dhulia Oja performance
- Debojeet Bora
- Aug 18, 2020
- 1 min read
ঢুলীয়া ওজা পৰিবেশনাৰ পুৰুধা সাধক তথা জনপ্রিয় শিল্পী তুলসী ওজালৈ। এই খণ্ডত তুলসী ওজা I নিজৰ ঢুলীয়া জীৱনৰ বহু সংঘাতময় পৰিস্থিতিৰ কথা বর্ণনা কৰাৰ লগতে, ঢুলীয়া ওজা শিল্পৰ বিভিন্ন দিশ ফাহিয়াই দেখুৱাইছে। কেনেকৈ তুলসীৰ ঢোলৰ চেও দেখি মঘাই ওজাই তেওঁক নিজৰ শিষ্য কৰি লৈছিল, কেনেকৈ কোনো ঢুলীয়াৰ যাদুত নিজৰ শ্ৰৱণ শক্তি হেৰুৱাইছিল আৰু কেনেকৈ অসম ঢুলীয়া সন্মিলনৰ সভাপতি পদত থাকোঁতে মহিলাই ঢোল বজোৱাৰ পোষকতা কৰিছিল। এনে বহু ৰোমাঞ্চকৰ কাহিনীৰে আমাৰ এই খণ্ড
Folk Stories is an initiative to introduce/understand seemingly unknown #FolkArtists and their lifeworld. This Episode is dedicated to Tulashi Oja, one of the pioneering practitioner of #Dhuliaoja performance in Assam. In this episode, Tulashi recalled his association with legendary #Moghaioja , varied facets of Dhulia Oja #performance and his step towards encouraging women Dhulia Ojas when he was serving as the president of Asom Dhulia Sanmilan. #folkstories #sursamalaya #culturalmappingproject #documentation #performer #dhuliaoja #oja #ojapali #weddingceremony #weddingassamese #assamesewedding #biya #culture #dhol #Bihu #assambihu #lifeofartists #folkartists #cultureofassam #asomiyaculture #northeastindia #assamesepeople #assamesesociety #socialservice #culturalactivties #brahmaputra #struggle #erosion #haat #raag #malita #sorrow #plight #ailment #ailinghealth #ancient #aged #indigenous #local
Comments